NE

নিমাতীঘাটৰ নাও দুৰ্ঘটনাঃ এজন যাত্ৰীৰ মৃত্যুৰ খবৰ…

নিমাতীঘাটত ভয়ংকৰ ফেৰী দুৰ্ঘটনা।

এই দুৰ্ঘটনাত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় মা কমলা ফেৰীখন।

এই নাও দুৰ্ঘটনাত এজন যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ।

যাত্ৰীগৰাকীৰ নাম হৈছে পৰিণীতা দাস(৩৮)।

মাজুলীৰ ৰঙাচাহি মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে কৰ্মৰত আছিল পৰিণীতা।

জানিব পৰা মতে, ৭ মাহৰ পূৰ্বে চাকৰিত যোগদান কৰিছিল দাসে।

পৰিণীতা দাসৰ ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মৃত্যু হয় পৰিনীতা দাসৰ

Leave a Reply

Your email address will not be published. Required fields are marked *