অসম

নিমাতীঘাট নাও দুৰ্ঘটনাঃ মৃত্যু হোৱা লোকৰ সংখ্যা ৪জনলৈ বৃদ্ধি…

নিমাতীঘাটত ভয়াৱহ নাও দুৰ্ঘটনা।

দুখন ফেৰীৰ সংঘৰ্ষত ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় ‘মা কমলা’ ফেৰীখন।

এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪জনলৈ বৃদ্ধি।

পুনৰ তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে ডুবাৰু দলে।

মৃত লোক তিনিজনৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই।

উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

উল্লেখ্য যে, এই দুৰ্ঘটনাত মৃত্যু হৈছে পৰিণীতা দাস নামৰ এগৰাকী প্ৰবক্তাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *