নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ বুজ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে…

নিমাতীঘাটৰ ভয়াৱহ নাও দুৰ্ঘটনাৰ বুজ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ খবৰ ল’লে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

কেন্দ্ৰৰ পৰা সকলোধৰণৰ সহায়ৰ আশ্বাস কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে এই কথা।

উল্লেখ্য যে, মা কমলা আৰু ত্ৰিপৰাই নামৰ দুখন ফেৰীৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।

এই ফেৰী দুখনত আছিল প্ৰায় ১০০ৰো অধিক যাত্ৰী, আছিল ৪০খনকৈ বাহন।

অব্যাহত আছে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ উদ্ধাৰ অভিযান।

Leave a Comment