fbpx
মণিপুৰ

চাঞ্চল্যকৰ! সদৌ মণিপুৰ গোৰ্খা ছাত্ৰ ইউনিয়নৰ ছাৰহাজাৰে আঞ্চলিক সমিতিৰ সভাপতিক অপহৰণ…

মণিপুৰৰ কাংপকপিৰ ছাৰহাজাৰেত চাঞ্চল্যকৰ অপহৰণকাণ্ড।

সদৌ মণিপুৰ গোৰ্খা ছাত্ৰ ইউনিয়নৰ ছাৰহাজাৰে আঞ্চলিক সমিতিৰ সভাপতিক অপহৰণ।

সভাপতি ৰোশন আপৰেটিকক অপহৰণ অচিনাক্ত দুৰ্বৃত্তৰ।

অচিনাক্ত বন্দুকধাৰীয়ে অপহৰণ কৰে ৰোশন আপৰেটিকক।

ছাৰৰহাজাৰে বজাৰৰ নিজ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অপহৰণ কৰে সভাপতিগৰাকীক।

ঘটনাস্থলীত এজাক গুলী ফুটাই নিৰ্বিঘ্নে আঁতৰি যায় দুৰ্বৃত্তৰ দলটো।

অপহৰণকাণ্ডৰ পাছতে ৰাইজে উত্তপ্ত কৰি তোলে ছাৰহাজাৰে বজাৰ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!