ভাল খবৰ! শীঘ্ৰে গুৱাহাটীৰ পৰা চলিব বন্দে ভাৰত এক্সপ্ৰেছ… May 21, 2023 by NEWS DESKউত্তৰ-পূবৰ ৰে’ল যাত্ৰীৰ বাবে ভাল খবৰ৷শীঘ্ৰে গুৱাহাটীৰ পৰা চলিব ‘বন্দে ভাৰত এক্সপ্ৰেছ’৷গুৱাহাটী-নিউ জলপাইগুৰিৰ মাজত চলিব ৰে’লখন৷সপ্তাহত ৬ দিন চলিব এই অত্যাধুনিক ৰে’লখন৷মাত্ৰ ৬ ঘণ্টাতে ৪১০ কিঃমিঃৰ যাত্ৰা সম্পূৰ্ণ কৰিব ৰে’লখনে৷Related Posts:ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক…মিৰ্জাপুৰত ট্ৰাক আৰু বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ;…নতুন জীৱনৰ আৰম্ভণিতেই নামি আহিল চৰম বিভীষিকা;…আন এগৰাকী স্বামীহন্তা নাৰী! ১ লাখ টকাৰ ছুপাৰী দি…শোকাতুৰ যাত্ৰা; শান্তি আলোচনাৰ পূৰ্বে 'মৃত শিশু’ৰ…দোচা খাই আহমেদাবাদত দুই শিশুৰ কৰুণ মৃত্যু;…তামিলনাডু নিৰ্বাচনৰ আটাইতকৈ চহকী প্ৰাৰ্থী AIADMKৰ…মণিপুৰত ৰকেট সদৃশ বোমাৰ আক্ৰমণত দুই শিশুৰ কৰুণ…থাৰ পাৰ্ক কৰিবলৈ গৈ আইতাকক খুন্দা নাতিৰ! উত্তৰ…স্বামীৰ বয়স ৪০ আৰু পত্নীৰ মাত্ৰ ১৯! প্ৰেমিকৰ হাতত…