অসম

বহুচৰ্চিত ‘The Kashmir Files’ৰ ছবিৰ সৈতে জড়িত এগৰাকী অসম সন্তান, তেওঁ কােন জানেনে?

নিউজ ডেস্ক। দেশজুৰি ব্যাপক চৰ্চ লাভ কৰিছে সদ্য মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ ‘The Kashmir Files’।

প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি বহু লোকক প্ৰভাৱিত কৰা দ্যা কাশ্মীৰ ফাইলছৰ সফলতাৰ আঁৰত আছে এগৰাকী অসম সন্তানৰ হাত।

photo 2022 03 17 17 28 21

ছবিখনত সংগীত প্ৰযোজক হিচাপে দায়িত্ব পালন কৰিছে অসম সন্তান তপনজ্যোতি দত্তই।

যোৰহাটত জন্মগ্ৰহণ কৰা সংগীত শিল্পী তপনজ্যোতি দত্তই কাশ্মীৰ ফাইলছৰ উপৰিও ‘অনাৰকলি অফ আৰাহ’, ‘এন্দ্ৰেদাদোছ’ আদিৰ দৰে চলচ্চিত্ৰতো সংগীতৰ কাম কৰিছিল।

2 7

উল্লেখ্য যে, কাশ্মীৰী পণ্ডিত সকলক লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰ কাশ্মীৰ ফাইলছে সমগ্ৰ দেশত ব্যাপক চৰ্চা লাভ কৰিছে।

ছবিখনত সংগীত শিল্পী তপনজ্যোতি দত্তই সংগীত প্ৰযোজকৰ দায়িত্ব অতি নিপুনভাৱে পালন কৰিছে।

লগতে চাওকঃ

‘আমি ৰাজনীতি বুজো…’ দ্য কাশ্মিৰী ফাইলছ সন্দৰ্ভত আৰু কি ক’লে পৰেশ বৰুৱাই?

G7 8

Leave a Reply

Your email address will not be published. Required fields are marked *