SI কেলেংকাৰীৰ পলাতক অভিযুক্ত ৰকিবুল ইছলামৰ আত্মসমৰ্পন…

SI কেলেংকাৰীৰ পলাতক অভিযুক্ত ৰকিবুল ইছলামৰ আত্মসমৰ্পন।

বিশেষ আদালতত আত্মসমৰ্পন কৰে ৰকিবুলে।

আদালতে ন্যায়িক জিম্মাত প্ৰেৰণ কৰে ৰকিবুলক।

উল্লেখ্য যে, গোচৰটোত অভিযুক্ত ৪০ জনৰ ভিতৰত দুজন পলাতক অৱস্থাত আছিল।

সোমবাৰে আত্মসমৰ্পন কৰিছিল অভিযুক্ত নৃপেন নাথে।

Leave a Comment