মৰ্মান্তিক! অভিযুক্তক আটক কৰি ওভতাৰ পথতে দুৰ্ঘটনাত পতিত আৰক্ষীৰ বাহন, মহিলা উপ-পৰিদৰ্শকৰ মৃত্যু
নিউজ ডেস্কঃ বহিঃৰাজ্যত অভিযুক্তক বিচাৰি চলোৱা অভিযানৰ সময়তে আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী মহিলা উপ-পৰিদৰ্শকে। শনিবাৰে
Read More