অসম

অসম

পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী আকাশ যাদৱ…

ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ হোজাই আৰক্ষীৰ গুলীত আহত হৈছে বহিঃৰাজ্যৰ দুৰ্ধৰ্ষ অপৰাধী আকাশ যাদৱ ওৰফে ৰাজীৱ গোৱালা।

Read More
অসম

যুদ্ধবিৰত আলফাৰ খেতি পথাৰত অবৈধ বৈদ্যুতিক ফান্দত বিদ্যুৎস্পৃষ্ট হৈ শিশুৰ মৃত্যু

নিউজ ডেস্ক। তিনিচুকীয়া জিলাৰ চৈখোৱাত খেতি পথাৰত স্থাপন কৰা অবৈধ বৈদ্যুতিক ফান্দত পৰি কৰুণ মৃত্যু এটি ৭ বছৰীয়া কন্যা শিশুৰ।

Read More
অসমৰাষ্ট্ৰীয়

অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ আমেৰিকালৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰী মোডী…

অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ আমেৰিকালৈ উৰা মাৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বুধবাৰে নিশা বিশেষ বিমানেৰে আমেৰিকাত অনুস্থিত হ’ব লগা

Read More
অসম

বিশ্ব গঁড় দিৱসৰ দিনাই বিটিচিত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পন…

বিশ্ব গঁড় দিৱসৰ দিনাই বিটিচিত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পন। কোকৰাঝাৰ জিলাৰ ৰাইমোনাত আত্মসমৰ্পন কৰে চোৰাং চিকাৰীসকলে। ৰাইমোনা ৰাজহুৱা প্ৰেক্ষাগৃহত

Read More
অসমঅসমীয়া

১৫ বাৰ চুৰিৰে আঘাত কৰা হৈছিল ডিম্পলৰ শৰীৰৰ, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ…

অৱশেষত প্ৰকাশ পালে মহানগৰীৰ ডিম্পল হত্যাকাণ্ডৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। সোমবাৰে ডিম্পল হত্যাকাণ্ডৰ তদন্তকাৰী আৰক্ষীয়ে ডিম্পলৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰে।

Read More
অসম

পুনৰ ৰাজ্যত বন্ধ হ’ব ৩ হাজাৰ চৰকাৰী বিদ্যালয়, ২০২২ৰ পৰা সম্পূৰ্ণৰূপে কাৰ্য্যকৰী হ’ব নতুন শিক্ষা নীতি…

পুনৰ ৰাজ্যত বন্ধ হ’ব ৩ হাজাৰ চৰকাৰী বিদ্যালয়। বিদ্যালয়ত শিক্ষাৰ্থীৰ আশানুৰূপ নামভৰ্তি নোহোৱাৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ৷ ২০২২ চনৰ পৰা

Read More
অসম

শীঘ্ৰেই আৰম্ভ হ’ব নৱম আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠদানঃ মুখ্যমন্ত্ৰী…

ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে কৰ’ণাৰ সংক্ৰমণ। কৰ’ণাৰ সংক্ৰমণৰ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰেও ক’ভিড নীতি নিৰ্দেশনাত শিথিলতা আনিছে।

Read More
অসম

নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড, দাওঁদাওঁকৈ জ্বলিল এখন চাহৰ দোকান…

নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড। নুনমাটি বাছ ষ্টেণ্ডৰ ওচৰৰ এখন চাহৰ দোকানত সংঘটিত হ’ল এই অগ্নিকাণ্ড। দাওঁদাওঁকৈ জ্বলিল এখন চাহৰ দোকান। দোকান

Read More
অসম

৮ কোটি টকাৰ হেৰ’ইনসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী দম্পতী…

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান। বোকাজান আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই জব্দ কৰে কেইবাকোটি টকাৰ নিষিদ্ধ ড্রাগছ। লগতে

Read More
অসম

সৰ্বানন্দ সোণোৱালক বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ যাবলৈ নিদিয়ে আজিজুল হকে, যুঁজ কৰিবলৈ সাজু…

বিনা প্ৰতিদন্দ্বিতাৰে ৰাজ্যসভালৈ যাবলৈ নিদিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক। যুঁজ দিবলৈ সাজু মহম্মদ আজিজুল হক। বুধবাৰে ৰাজ্যসভাৰ মনোনয়ন পত্ৰ জমা

Read More