জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ বৃহৎ সফলতা, সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী
নিউজ ডেস্কঃ সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আন এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল নিৰাপত্তাৰক্ষী বাহিনী। সোমবাৰে জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাৰ ৱান্দকপুৰা
Read More