ভাল খবৰঃ আহি গ’ল মেলেৰীয়াৰ ভেকচিন! বিশ্ব স্বাস্থ্য সংস্থাই দিলে ভেকচিন প্ৰদানৰ অনুমোদন…
সমগ্ৰ বিশ্বক মেলেৰীয়ামুক্ত কৰাৰ উদ্দেশ্যে আগত লৈ বিশ্ব স্বাস্থ্য সন্থাই অনুমোদন জনালে প্ৰথমটো মেলেৰীয়া ৰোগৰ প্রতিষেধকত। মেলেৰীয়াৰ ভেকচিনৰ সফল পৰীক্ষণ।
Read More