আন্তঃৰাষ্ট্ৰীয়

আন্তঃৰাষ্ট্ৰীয়অসমীয়া

সলনি হ’ল ‘ফেচবুক’ কােম্পানীৰ নাম!

নিউজ ডেস্ক। সলনি হ’ল ফেচবুকৰ হ’ল্ডিং কােম্পানীৰ নাম। বিশ্বৰ জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গে বৃহস্পতিবাৰে ফেচবুকৰ মূল কােম্পানীৰ

Read More
আন্তঃৰাষ্ট্ৰীয়

কানাডাৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত নিযুক্ত ভাৰতীয় মূলৰ অনিতা আনন্দ…

কানাডাৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত নিযুক্ত ভাৰতীয় মূলৰ অনিতা আনন্দ। মঙলবাৰে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰু’ডৰ কেবিনেট ৰদবদলত দেশখনৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী

Read More
আন্তঃৰাষ্ট্ৰীয়অসমঅসমীয়া

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথমটাে খেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে জয়লাভ শিৱ থাপাৰ

নিউজ ডেস্ক। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতােৰত অসম জীয়ৰী শিৱাংগী শৰ্মাৰ স্বৰ্ণ জয়ৰ পিছতে অসমবাসীৰ বাবে আন এক সুখবৰ কঢ়িয়াই আনিছে দুবাৰৰ

Read More
আন্তঃৰাষ্ট্ৰীয়

দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে চীনৰ সৈতে ভূটানৰ চুক্তি স্বাক্ষৰ…

দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে চীনৰ সৈতে ভূটানৰ চুক্তি স্বাক্ষৰ। চীনৰ সৈতে দীৰ্ঘদিনৰ পৰা চলি থকা সীমা সমস্যা সমাধান কৰাৰ

Read More
আন্তঃৰাষ্ট্ৰীয়

১৩ মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ ৪৬ গৰাকী লোকৰ কৰুণ মৃত্যু…

এক ভয়ংকৰ অগ্নিকাণ্ড। এটা ১৩ মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। যাৰ ফলত ৪৬ গৰাকী লোকৰ মৃত্যু হোৱা বুলি

Read More
আন্তঃৰাষ্ট্ৰীয়

ভয়ংকৰ বাছ দুৰ্ঘটনা! ২৮জন লোকৰ মৃত্যু, আহত কেইবাজনো…

এক ভয়ংকৰ বাছ দুৰ্ঘটনা। এই ভয়ংকৰ বাছ দুৰ্ঘটনাৰ ফলত এই পৰ্যন্ত ২৮জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো। নেপালৰ

Read More
আন্তঃৰাষ্ট্ৰীয়অসমীয়া

কমকৈ খাওক, চাহত চেনী কমকৈ দিয়ক… মূল্যবৃদ্ধি ৰােধৰ বাবে কােনে দিলে এই পৰামৰ্শ?

নিউজ ডেস্ক। মূল্যবৃদ্ধি ৰােধৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি শাসনাধিষ্ঠিত ৰাজনৈতিক দলৰ একাংশ নেতাই জনসাধাৰণক কিছুমান উদ্ভট পৰামৰ্শ দিয়া

Read More
আন্তঃৰাষ্ট্ৰীয়

ভয়ংকৰ বিমান দুৰ্ঘটনা, ১৬জন লোকৰ কৰুণ মৃত্যু, ৭জনক জীৱন্তে উদ্ধাৰ…

এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ৰাছিয়াৰ তাতাৰস্তান অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। এই বিমান দুৰ্ঘটনাত ১৬জন লোকৰ মৃত্যু হয়। আনহাতে,

Read More
আন্তঃৰাষ্ট্ৰীয়অসমীয়া

২ বছৰ বয়সতে চােৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰা বন বিষয়াৰ বুকুত মূৰ ৰাখি প্ৰাণ ত্যাগ গৰিলাৰ

নিউজ ডেস্ক। দাকাশি (Ndakasi)। বিৰল প্ৰজাতিৰ এক মাউন্টেইন গৰিলা। আচৰিত ধৰণে বিশ্বজুৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল। ডেমক্ৰেটিক ৰিপাব্লিক অফ কম্বোৰ

Read More
আন্তঃৰাষ্ট্ৰীয়

তানজানিয়ান সাহিত্যিক আব্দুলৰাজ্জাক গুৰণালৈ ২০২১ বৰ্ষৰ সাহিত্যৰ ন’বলে বঁটা…

তানজানিয়ান সাহিত্যিক আব্দুলৰাজ্জাক গুৰণালৈ ২০২১ বৰ্ষৰ সাহিত্যৰ ন’বলে বঁটা। পেৰাডাইছ, দিচাৰশ্যন আদি বিখ্যাত উপন্যাসেৰে বিশ্ব সাহিত্য জগতলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা

Read More