কোকৰাঝাৰত ব্যৱসায়ীক আক্ৰমণৰ আঁৰত ম্যানমাৰত আত্মগোপন কৰি থকা দুৰ্ধৰ্ষ কেএলঅ’ৰ নেতা! ভগ্নী-ভনীজোঁৱাইসহ ৬ জনক গ্ৰেপ্তাৰ
নিউজ ডেস্কঃ কোকৰাঝাৰৰ চেৰফাংগুৰি অঞ্চলত ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক গুলীওৱাৰ ঘটনাৰ আঁৰত জড়িত থকাৰ অভিযোগত ৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
Read More