অসম

মহানগৰীত আৰক্ষীৰ সুৰাসক্ত গাড়ীচালকৰ তাণ্ডৱ, মহটিয়াই নিলে পদপথৰ দােকান-পথচাৰীক

নিশা গুৱাহাটী মহানগৰীৰ হাতীগাওঁ সিজুবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

অত্যধিক সুৰাপান কৰি ভঙাগড় থানাৰ গাড়ীচালকে মহটিয়াই নিলে যুৱকক।

ভঙাগড় থানাৰ ব্যৱহৃত এখন ছুইফ্ট বাহনে সংঘটিত কৰে এই দুৰ্ঘটনা।

1019

এজনক সংকটজনক অৱস্থাত GMCH ত ভৰ্তি।

অত্যাধিক সুৰাপান কৰি গাড়ী চলোৱা অভিযোগ প্ৰত‍্যক্ষদৰ্শীৰ।

গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত পদপথৰ ব্যৱসায়ীজনক নিশাই ভৰ্তি কৰোৱা হয় GMCH ত।

ইতিমধ্যে গাড়ীচালক ৰমেজ আলি আটক কৰিছে হাতীগাওঁ আৰক্ষীয়ে।

বাহনৰ খুন্দাত ভাঙি চুৰ মাৰ হয় পদপথৰ দোকান।

Leave a Reply

Your email address will not be published. Required fields are marked *