অসম

ONGC ত দুৰ্ঘটনা! কৰ্মৰত অৱস্থাত মূৰত পাইপ পৰি মৃত্যু ONGC-ৰ অভিযন্তাৰ…

তিতাবৰ ONGC ৰ তেল খাদত দুৰ্ঘটনা। পাইপ ডিলিং ৰ সময়তে অঘটন।

কৰ্মৰত অৱস্থাত মূৰত পাইপ পৰি মৃত্যু ONGC-ৰ অভিযন্তাৰ।

তিতাবৰৰ বৰহোলাৰৰ কলাপানীস্থিত ONGC ৰ তেল খাদত সংঘটিত হৈছে দুৰ্ঘটনাটো।

1016

ONGC ৰ পাইপ ডিলিং কৰা সময়তে দুৰ্ঘটনাটো সংঘটিত হৈ মৃত্যু হয় অভিযন্তা গৰাকীৰ।

মূৰত পাইপ পৰাৰ বাবেই মৃত্যু হ’ল অভিযন্তা গৰাকীৰ।

মৃত অভিযন্তা জনৰ নাম সৌমাৰ জ্যোতি পাঠক বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা মৃত্যু হোৱা অভিযন্তা জনৰ ঘৰ যোৰহাটৰ পকামুৰাত।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *