কথা সলনি হৈছে DGP ভাস্কৰজ্যোতি মহন্তৰ! বৰ্ষাশ্ৰীক মুকলি আকাশৰ তললৈ আনিবলৈ সহায় কৰিব আৰক্ষীয়ে
নিউজ ডেস্কঃ কথা সলনি হৈছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ। দুদিন পূৰ্বে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ গ্ৰেপ্তাৰক লৈ ডিজিপি গৰাকীয়ে মন্তব্য কৰিছিল
Read More