জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ! পঞ্চম শ্ৰেণীৰ ছাত্ৰী বনশ্ৰীয়ে হেৰুৱালে প্ৰাণ…
ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ইজনৰ পিছত সিজন
Read More