অসম

শোকাৱহ! নিজ ঘৰতেই বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে ৰুণু শইকীয়াই…

এক শোকাৱহ ঘটনা।

নিজ ঘৰতেই বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই।

মৃত্যু হেৱা মহিলাগৰাকী ৫৯ বছৰীয়া ৰুণু শইকীয়া।

ডিগবৈৰ পাৰ্শ্ববৰ্তী টিংৰাই আদৰ্শ অসমীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা।

photo 2022 07 31 12 51 26

গাঁৱখনৰ তুখেশ্বৰ শইকীয়াৰ পত্নী ৫৯ বছৰীয়া ৰুণু শইকীয়াৰ বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয়।

ততাতৈয়াকৈ ৰুণু শইকীয়াক ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে মহিলা গৰাকীক।

লগতে চাওকঃ

মৰ্মান্তিক! পঞ্চম শ্ৰেণীৰ ছাত্ৰী বনশ্ৰীৰ প্ৰাণ কাঢ়ি নিলে জাপানীজ এনকেফেলাইটিছে…

photo 2022 07 31 16 30 05