চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজিছে নন্দিতাই, ধেমাজিত প্ৰতিবাদমুখৰ পৰিস্থিতি…
চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজিছে ধেমাজি কাণ্ডৰ নন্দিতা শইকীয়াই। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া।
Read More