AIUDF ৰ বিধায়ক ফনী তালুকদাৰ পদত্যাগ…

AIUDF ৰ বিধায়ক ফনী তালুকদাৰ পদত্যাগ।

AIUDFৰ সভাপতিলৈ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰেৰণ।

No photo description available.

কাইলৈ অৰ্থাৎ ১ ছেপ্তেম্বৰত বিজেপিত যোগদান কৰিব ফনী তালুকদাৰে।

মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিব ভৱানীপুৰৰ বিধায়কজনে।

উল্লেখ্য যে, অসমত ৬ বিধানসভা সমষ্টিত নিশ্চিত হ’ল উপ-নিৰ্বাচন

Leave a Comment