মেঘালয়

খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি এই তিনিটা দিনত ড্ৰাই ডে’ ঘোষণা…

খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি তিনি দিন ড্ৰাই ডে’ ঘোষণা।

পূব খাচি পাহাৰীয়া জিলাত ড্ৰাই ডে’ ঘোষণা কৰিছে মেঘালয় চৰকাৰে।

খ্ৰীষ্টমাছৰ সময়ত ২৪ আৰু ২৫ ডিচেম্বৰ তাৰিখে আৰু নৱবৰ্ষৰ ১ জানুৱাৰিত পূব খাচি পাহাৰীয়া জিলাত এই ড্ৰাই ডে’ৰ ঘোষণা কৰিছে মেঘালয় চৰকাৰে।

পূব খাচি পাহাৰীয়া জিলাৰ উপায়ুক্ত (আবকাৰী) মিছ ইছৱাণ্ডা লালোৱে এক জাননীযোগে এই ড্ৰাই ডে’ ঘোষণা কৰে।

মেঘালয়ৰ আবকাৰী আইন অনুসৰি খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ সময়ত এই ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।

ড্ৰাই ডে’ ঘোষণা কৰাৰ ফলত পূব খাচি পাহাৰীয়া জিলাত ২৪ ডিচেম্বৰ, ২৫ ডিচেম্বৰ আৰু ২০২২ চনৰ ১ জানুৱাৰিত সকলো সুৰাৰ বিপনী সমূহ বন্ধ থাকিব।

লগতে চাওকঃ

বৰদিনৰ পূৰ্বে কোভিড-১৯ত আক্ৰান্ত শিশুৰ মাজত উপহাৰ বিতৰণ ছাণ্টাৰ, ভাইৰেল ভিডিঅ’

অবিশ্বাস্য ঘটনা! প্ৰকাণ্ড চিলা উৰুৱাবলৈ গৈ বিপদত পৰিল এজন লােক, ভাইৰেল ভিডিঅ’

Leave a Reply

Your email address will not be published. Required fields are marked *