এক ভয়ংকৰ পথ দুৰ্ঘটনা।
দুখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত কেইবাজনো।
চিলাপথাৰ ডিমৌ চাৰিআলিত সংঘটিত হৈছে এই ভয়াৱহ পথ দূৰ্ঘটনাটো।
দুৰ্ঘটনাত কেবাজনো লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।
লগতে দুৰ্ঘনটাটোৰ ফত বাহন দুখনৰ বিস্তৰ ক্ষতিসাধন হয়।









