এক ভয়ংকৰ পথ দুৰ্ঘটনা।
বাইক আৰু আল্ট্ৰা বাছৰ মাজত মুখামুখি সংৰ্ঘষত থিতাতে নিহত বাইক আৰোহী।
দলগাঁৱৰ লালপুলত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
বাইক আৰু আল্ট্ৰা বাছৰ মাজত মুখা-মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
আল্ট্ৰা বাছৰ তিব্ৰ খুন্দাত থিতাতেই প্ৰাণ হেৰুৱাব লগা হয় বাইক আৰোহীজনে।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
As-13N-9016 নম্বৰৰ বাইকৰ লগত AS-25FC-0778 নম্বৰৰ আল্ট্ৰা বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
মুখামুখি সংঘৰ্ষৰ ফলতে বাইকত থকা এজন বৃদ্ধ লোক থিতাতে নিহত হয়।
নিহত ব্যক্তিজনৰ নাম হবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে।









