এশ টকাত ভাগ্য উজ্বলিল উত্তৰ গুৱাহাটীৰ জনাৰ্দনৰ, হাউলী ৰাসৰ উপহাৰ কুপন খেলত লাভ কৰিলে AUDI A4…

নিউজ ডেস্কঃ ৯৫ সংখ্যক হাউলী ৰাস মহোৎসৱত এইবাৰ ভাগ্য উজ্বলিল উত্তৰ গুৱাহাটীৰ জনাৰ্দন বড়োৰ।

মাত্ৰ ১০০ টকাৰে লটাৰীৰ টিকট ক্ৰয় কৰি বিলাসী বাহনৰ গৰাকী হৈ পৰিল জনাৰ্দন।

উল্লেখ্য যে, সোমবাৰে নিশা হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেলৰ ফলাফল ঘোষণা কৰিছিল সমিতিয়ে।

316040567 5551128931667979 6563607761508398951 n
এশ টকাত ভাগ্য উজ্বলিল উত্তৰ গুৱাহাটীৰ জনাৰ্দনৰ, হাউলী ৰাসৰ উপহাৰ কুপন খেলত লাভ কৰিলে AUDI A4… 4

এই উপহাৰ কুপন খেলত প্ৰথম পুৰস্কাৰ AUDI A4 লাভ কৰিবলৈ সক্ষম হয় গুৱাহাটীৰ নিৱাসী জনাৰ্দন বড়োৱে।

image 147
এশ টকাত ভাগ্য উজ্বলিল উত্তৰ গুৱাহাটীৰ জনাৰ্দনৰ, হাউলী ৰাসৰ উপহাৰ কুপন খেলত লাভ কৰিলে AUDI A4… 5

বৰ্তমান এই বিলাসী বাহনখনৰ মূল্য হৈছে প্ৰায় ৪৫ লাখ টকা।

জানিব পৰা মতে, জনাৰ্দন বড়ো অসম আৰক্ষীৰ এগৰাকী কনিষ্টবল হিচাপে কৰ্তব্যৰত।

প্ৰণিধানযোগ্য যে, এই উপহাৰ কুপনৰ মূল্য আছিল মাত্ৰ এশ টকা।

লগতে চাওকঃ

মৰ্মান্তিক! মধুচন্দ্ৰিকা যাপনৰ বাবে গেংটকলৈ গৈ আকস্মিক মৃত্যুক সাবটিলে ৰঙিয়াৰ ডঃ মুনজিৎ দাসে

G1 10
এশ টকাত ভাগ্য উজ্বলিল উত্তৰ গুৱাহাটীৰ জনাৰ্দনৰ, হাউলী ৰাসৰ উপহাৰ কুপন খেলত লাভ কৰিলে AUDI A4… 6