ABMSUৰ কেন্দ্ৰীয় উপ-সভাপতি মুইনদ্দিন আলীক গ্ৰেপ্তাৰ।
কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ABMSUৰ কেন্দ্ৰীয় উপ-সভাপতি মুইনদ্দিন আলীক।
ছালাকাটিৰ এজন যুৱকক মাৰপিটৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় হয় নেতাগৰাকীক।
ম’বাইল চোৰৰ অপৰাধত যুৱকজনক প্ৰহাৰৰ অভিযোগ মুইনদ্দিন আলীৰ বিৰুদ্ধে।
কোকৰাঝাৰ আৰক্ষীয়ে ৰুজু কৰিছে এক গোচৰ।









