এক ভয়ংকৰ ঘটনা।
নিশা শুই থকাৰ সময়তে টিন ফুটি কিশোৰীৰ মূৰত লাগিল গুলী।
ডিব্ৰুগড়ৰ লাহোৱালত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
পাত্ৰ গাঁৱৰ বিনোদ গগৈৰ ঘৰত সংঘটিত হৈছে এই ঘটনা।
গুলীবিদ্ধ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ নাম প্ৰাৰ্থনা গগৈ।
ততাতৈয়াকৈ AMCHত ভৰ্তি কৰোৱা হয় ছাত্ৰীগৰাকীক।
বৰ্তমান ICUত চিকিৎসাধীন ছাত্ৰীগৰাকী।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।









