অসম এৰিলে আই পি এছ বিষয়া আনন্দ মিশ্ৰই…

অসম এৰিলে আই পি এছ বিষয়া আনন্দ মিশ্ৰই।

বিহাৰলৈ IPS বিষয়া আনন্দ মিশ্ৰ।

শীঘ্ৰেই বিহাৰ কেডাৰত যোগদান কৰিব আৰক্ষী বিষয়াগৰাকীয়ে।

অসম-মেঘালয় কেডাৰ এৰি বিহাৰ কেডাৰলৈ আনন্দ মিশ্ৰ।

ব্যক্তিগত অসুবিধাৰ বাবে ডেপুটেশ্যনৰ বাবে আবেদন কৰিছিল মিশ্ৰই।

তাৰ পাছতেই এন অ চি দিলে অসম চৰকাৰে।

বৰ্তমান অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ AIGPৰ দায়িত্বত আছে মিশ্ৰ।