প্ৰধানমন্ত্ৰী ৰূপে ১০০টা মাহ সম্পূৰ্ণ কৰিলে নৰেন্দ্ৰ মোডীয়ে…

দেশৰ প্ৰধান মন্ত্ৰীৰূপে নৰেন্দ্ৰ মোডীয়ে সম্পূৰ্ণ কৰিলে ১০০ টা মাহ।

২০১৪ চনৰ ২৬ মে’ত প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোডীয়ে।

আজি অৰ্থাৎ ২৫ ছেপ্টেম্বৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী।

এই দিনটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁ প্ৰধানমন্ত্ৰীত্বৰ যাত্ৰাৰ ১০০ টা মাহ সম্পূৰ্ণ কৰে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে বিগত ১০০ টা মাহে দেশৰ বিকাশৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।