ডিমৌৰ ATM লুট কাণ্ডৰ সৈতে জড়িত ৬ চোৰক গ্ৰেপ্তাৰ।
গেছ কাটাৰেৰে ATM কাটি লুটিছিল লক্ষাধিক টকা
ডিমৌত পঞ্জাৱ নেশ্যনেল বেংক আৰু এছ বি আইৰ এটিএম ভাঙি লুট কৰিছিল ধন।
গেছ কাটাৰেৰে এটিএম কাটি কেইবা লক্ষাধিক টকা লুট কৰিছিল ৬ চোৰে।
যোৱা ৬ ছেপ্তেম্বৰত সংঘটিত হৈছিল এই ATM লুট কাণ্ডৰ
ডিমৌ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই কৰায়ত্ত কৰে ৬ চোৰক।
অসমৰ বিভিন্ন প্ৰান্তত আত্মগোপন কৰি আছিল চোৰকেইটাই।
কৰায়ত্ত ইৰফানুলা হুছেইন, আব্দুল ছাত্তাৰ, আতাউৰ ৰহমান, আব্দুল আহমেদ, তাৰুফুল আলী আৰু অমিৰুল ইছলাম।









