মহানগৰীৰ বিধ্বংসী অগ্নিকাণ্ড।
মহানগৰীৰ বেলতলাত দুটাকৈ বিলাসী বাহনৰ শ্ব’ৰূমত অগ্নিকাণ্ড।
ISUZU আৰু BENELLI নামৰ গাড়ীৰ দুটা শ্বৰূমত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত প্ৰায় ১০ কোটি টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাতৰ সন্দেহ কৰা হৈছে।
অগ্নিকাণ্ডত বিস্ফোৰিত হয় কেইবাটাও চিলিণ্ডাৰ।

পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ৮খনকৈ গাড়ী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই।
কথমপি ৰক্ষা প্ৰতিষ্ঠান দুটাৰ পাছফালে মজুত ৰখা বহু গাড়ী।
ISUZUৰ ৬খন গাড়ী, BELINIৰ কেইবাখনো বাইক ভস্মীভূত।









