হেণ্ডকাফৰ সৈতে আদালতৰ ভিতৰৰ পৰা পলাল আচামী, আৰক্ষীৰ হাহাকাৰ… September 4, 2022 by NEWS DESKপুনৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাল আচামী।এইবাৰ তিতাবৰত আদালতৰ ভিতৰৰ পৰা পলাল আচামী।হেণ্ডকাফৰ সৈতে আচামীয়ে পলায়ন কৰাত আৰক্ষীৰ মাজত হাহাকাৰ।শনিবাৰে গোলাঘাট ঊষা গৰঙাৰ পৰা আটক কৰিছিল কিৰণ নায়কক।কিৰণ নায়কক বিচাৰি তিতাবৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।Related Posts:ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক…দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক…ছিংগাপুৰৰ ক'ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ…মোদী-শ্বাহৰ মেগা নিৰ্বাচনী প্ৰচাৰ; অসমৰ বাবে বিজেপিৰ…আকাশত বিধ্বংসী অগ্নিকাণ্ড; প্ৰশিক্ষণৰ মাজতে কাৰ্বি…দেশ মাতৃৰ সেৱাৰ সুৱৰ্ণ সুযোগঃ অসমৰ যুৱকৰ বাবে…কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এয়া কি আচৰণ ভূপেন বৰা,…মহানগৰীত মহিলা অভিযন্তাৰ নৃশংস কাণ্ড! বক্স পালেঙৰ…বিপদ বাঢ়িব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ! মুখ্যমন্ত্ৰীৰ…টিউচন শেষ কৰি বন্ধুৰ সৈতে ওলাই গৈছিল নিহা; নিশাৰ…