মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্রবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই উঠিল গছৰ ওপৰত।
ছয়মাইল উৰণীয়া সেতুৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
এখন তীব্রবেগী আই-১০ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই উঠিল গছৰ ওপৰত।
গনেশগুৰি পৰা খানাপাৰা অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনা।
অৱশ্যে এই দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে গাড়ীৰ চালক।
দুৰ্ঘটনাত পতিত হোৱা বাহন খনৰ নং AS 07 J 9229।









