অসমীয়াঅসম

৪৫ বছৰীয়া জন্মদিনত মা কামাখ্যাৰ আশীষ বিচাৰি গুৱাহাটীত উপস্থিত মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জী….

নিউজ ডেস্কঃ গুৱাহাটীত উপস্থিত বলিউডৰ মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জী।

নিজৰ ৪৫ বৰ্ষীয় জন্মদিনত মা কামাখ্যাৰ আশীষ ল’বলৈ অসমলৈ আহিছে তাৰকা অভিনেত্ৰীগৰাকীয়ে।

image 71

ইতিমধ্যে বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিছে ৰাণী মুখাৰ্জীয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অমৃতসৰৰ গল্ডেন টেম্পল দৰ্শন কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

image 72

ইয়াৰ পিছতে এইবাৰ তেওঁ জন্মদিন উপলক্ষ্যে আহিছে অসমলৈ।

image 73

কিছুদিন পূৰ্বে মুক্তিলাভ কৰিছে ৰাণী মুখাৰ্জী অভিনীত শেহতীয়া ছবি মিছেছ চেটাৰ্জী ভাৰ্ছেছ নৰৱে’।

One thought on “৪৫ বছৰীয়া জন্মদিনত মা কামাখ্যাৰ আশীষ বিচাৰি গুৱাহাটীত উপস্থিত মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জী….”

Comments are closed.