ৰাষ্ট্ৰীয়

শ্বীনা বৰা হত্যাৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন মঞ্জুৰ সৰ্বোচ্চ ন্যায়ালয়ৰ…

ইন্দ্ৰাণী মুখাৰ্জী জামিন লাভ।

শ্বীনা বৰা হত্যাৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন মঞ্জুৰ।

Sheena Bora Murder Case: Indrani Mukherjea Granted Bail

সৰ্বোচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে ইন্দ্ৰাণী মুখাৰ্জীৰ।

উল্লেখ্য যে, সাত বছৰ পিছত মুকলি আকাশৰ তললৈ আহিব ইন্দ্ৰাণী মুখাৰ্জী।

C8MwX j9?format=jpg&name=small

২০১৫ চনৰ পৰাই তেওঁ কাৰাগাৰৰ ভিতৰত আছিল মুখাৰ্জী।

প্ৰাক্তন মিডিয়া কাৰ্যবাহী আছিল ইন্দ্ৰাণী মুখাৰ্জী।

দীৰ্ঘদিন ধৰি কাৰাগাৰত থকাৰ বাবেই তেওঁক প্ৰদান কৰিলে জামিন।

আনহাতে ২০১৭ চনত কাৰাগাৰৰ ভিতৰত সংঘটিত হোৱা এক দাঙ্গাৰ গোচৰতো তেওঁক জামিন প্ৰদান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *