অসম

মুকলি হ’ল মাজুলী-নিমাতী ফেৰী সেৱা…

মুকলি হ’ল মাজুলী-নিমাতী ফেৰী সেৱা।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে বন্ধ হৈ আছিল ফেৰী সেৱা।

বহু দিন ধৰি বন্ধ হৈ আছিল মাজুলী-নিমাতী ফেৰী সেৱা।

মাজুলী জিলা প্রশাসনে মুকলি কৰি দিলে ফেৰী সেৱা।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে বন্ধ কৰি ৰখা হৈছিল ফেৰী সেৱা।

অনিৰ্দিষ্টকাললৈ বন্ধৰ নিৰ্দেশ দিছিল মাজুলী জিলা প্ৰশাসনে।

উল্লেখ্য যে, বছৰটোৰ প্ৰথমটো বানত আক্ৰান্ত ৰাজ্যবাসী।

ক্ৰমাৎ জটিল হৈ পৰা বানপানীৰ কবলত পৰিছে ৰাজ্যৰ ২৬ খনকৈ জিলাৰ লাখ লাখ লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *