ভাৰতীয় ক্ৰিকেট দলত কৰ’ণাৰ সন্ত্ৰাস।
এজনৰ পাছত আন এজন ভাৰতীয় ক্ৰিকেটাৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।
ক্ৰুণাল পাণ্ডিয়া ক’ভিডত আক্ৰান্ত হোৱাৰ পাছতেই পুনৰ ক’ভিড পজিটিভ হিচাপে ধৰা পৰিছে আন দুজন ক্ৰিকেটাৰ।
নতুনকৈ ক”ভিড পজিটিভ হোৱা ভাৰতীয় ক্ৰিকেটাৰ দুগৰাকী হৈছে লেগ স্পীনাৰ য়ুজবেন্দ্ৰ চাহাল আৰু কে গৌতম।
দুয়োগৰাকী ক্ৰিকেটাৰ পূৰ্বে কোৰোনাত আক্ৰান্ত হোৱা ক্ৰুণাল পাণ্ডিয়াৰ সংস্পৰ্শলৈ আহিছিল বুলি জানিব পৰা গৈছে।
শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াৰ পাছতে কোভিড পজিটিভ হৈছিল ক্ৰুণাল পাণ্ডিয়া।
ইফালে ক্ৰুণাল পাণ্ডিয়াৰ সংস্পৰ্শলৈ আহা পৃথিৱী শ্ব, সূৰ্য কুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ঈশান কিষাণকে ধৰি মুঠ ৮ জন ক্ৰিকেটাৰ কোৱাৰেণ্টাইন হৈ আছে।
COVID-19: Yuzvendra Chahal and K Gowtham test positive in Sri Lanka
— ANI Digital (@ani_digital) July 30, 2021
Read @ANI Story | https://t.co/1wL0NKVvEF#YuzvendraChahal #KGowtham #Cricket pic.twitter.com/vqmUKzYA67









