খেলঅসমঅসমীয়া

বিশ্ব মহিলা বক্সিঙত ছেমি ফাইনেলত প্ৰৱেশ লাভলীনাৰ

নিউজ ডেস্ক। পুনৰ ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে অসম কন্যা লাভলীনা বৰগােঁহাইয়ে।

দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হৈ থকা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বীপত ধাৰাবাহিক সফলতা লাভলীনাৰ।

G1

এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযােগিতাত চমকপ্ৰদ প্ৰদৰ্শনেৰে ছেমি ফাইনেলত প্ৰৱেশ অসমৰ সুসন্তান তথা অলিম্পিক মেডেল জয়ী লাভলীনা বৰগোহাঁইৰ।

Fr1cqaaWAAA2mft

এই জয়ৰ লগে লগে লাভলীনা বৰগোহাঁয়ে প্ৰতিযােগিতাখনত দেশৰ বাবে এটা পদকাে নিশ্চিত কৰিলে।

Fr1co6bWwAEQ19W

উল্লেখ্য যে কােৱাৰ্টাৰ ফাইনেলত লাভলীনাই মোজাম্বিকৰ এডোচিন্দা ৰাডি গ্ৰামেনক ৫-০ গ’লত পৰাস্ত কৰে।

চাওক প্ৰতিযােগিতাৰ বিশেষ ফটােঃ

Fr1cp JWAAAwnHu