প্ৰবীণ অভিনেত্ৰী টবশ্বুম গোভিলৰ দেহাৱসান…

প্ৰবীণ অভিনেত্ৰী টবশ্বুম গোভিলৰ দেহাৱসান।

হৃদৰোগত আক্ৰান্ত হৈ ৭৮ বছৰ বসয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে।

মুম্বাইত মৃত্যু হয় অভিনেত্ৰী টবশ্বুম গোভিলৰ।

image 134
প্ৰবীণ অভিনেত্ৰী টবশ্বুম গোভিলৰ দেহাৱসান... 3

১৯৪৪ চনত জন্মগ্ৰহণ কৰিছিল টবশ্বুমে। শৈশৱকালত নাম আছিল কিৰণৱালা সচদেৱ।

১৯৪৭ত ‘নাৰ্গিশ’ ছবিত শিশুশিল্পী হিচাপে অভিনয় জগতত ভৰি দিছিল টবশ্বুমে।

image 135
প্ৰবীণ অভিনেত্ৰী টবশ্বুম গোভিলৰ দেহাৱসান... 4

মেৰা ছুহাগ, মাঝধৰ, বড়ী বেহেন, দিদাৰ, স্বৰ্গ আদি ছবিত মনপৰশা অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল টবশ্বুমে।

দূৰদৰ্শনৰ জনপ্ৰিয় অনুষ্ঠান ‘ফুল খিলে হ্যে গুলছন গুলছন’ৰ আঁত ধৰিছিল টবশ্বুমে।