প্ৰকাশ পালে ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন সূচাংক ২০২১-২২।
সূচাংকত পূৰ্বতকৈ এটা স্থান অৱনমিত হ’ল ভাৰত।
মানৱ উন্নয়ন সূচাংকত ১৩২ সংখ্যক স্থানত ভাৰত।
১৯১খন ৰাষ্ট্ৰৰ মাজত চলোৱা হৈছিল সমীক্ষা।
২০২০ বৰ্ষত ১৩১ সংখ্যক স্থানত আছিল ভাৰত।
নাগৰিকৰ জীৱন ধাৰণৰ মানৰ ওপৰত চলোৱা হৈছিল সমীক্ষা।
স্বাস্থ্যকৰ জীৱন, শিক্ষা আহৰণৰ সা-সুবিধাৰ ওপৰত কৰা হৈছিল আলোকপাত।
একেটা সমীক্ষাত প্ৰকাশ এক চাঞ্চল্যকৰ তথ্য।
ৰাষ্ট্ৰসংঘৰ মতে বিশ্বৰ মানৱ উন্নয়ন ৫ বছৰ পিছুৱাই গ’ল।
ক’ভিড অতিমাৰীৰ বাবে উন্নয়ন স্থবিৰ হোৱা বুলি প্ৰকাশ ৰাষ্ট্ৰসংঘৰ।









