ইংলেণ্ডৰ মহাৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যু…

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ব্ৰিটেইনৰ মহাৰাণী দ্বিতীয় এলিজাবেথে।

৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথে।

বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা অসুস্থ হৈ আছিল দ্বিতীয় এলিজাবেথ।

অৱশেষত চিকিৎসকে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে।

উল্লেখ্য যে ব্ৰিটেইনত আটাইতকৈ দীৰ্ঘতম সময়ৰ বাবে ৰাজত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছে এলিজাবেথ দ্বিতীয়ই।

যোৱা অক্টোবৰ মাহৰ পৰাই অসুস্থ হৈ থকা ৰাণী গৰাকীয়ে খোজ কঢ়া আৰু থিয় হোৱাৰ সমস্যাত ভূগী আছিল।

ইতিমধ্যে স্কটলেণ্ডৰ ৰাজপ্ৰাসাদত সমৱেত ৰাজপৰিয়ালৰ সদস্য।