পুনৰ অসুস্থ অখিল গগৈ! GMCHৰ ICUত ভৰ্তি…

পুনৰ অসুস্থ বিধায়ক অখিল গগৈ।

ভৰ্তি কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

হাস্পতালৰ আইচিইউত বৰ্তমান চিকিৎসাধীন হৈ আছে অখিল গগৈ।

উল্লেখ্য যে, বিগত কিছুদিন বুকুৰ বিষত আক্ৰান্ত হৈ আছে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী।

তেওঁৰ দিল্লী ভ্ৰমণৰ সময়তে ভৰ্তি কৰিবলগীয়া হৈছিল হাস্পতালত।

কিন্তু দিল্লীৰ পৰা উভতি অহাৰ পিছতে পুনৰ অসুস্থ হৈ পৰে অখিল গগৈ।

তাৰ পিছতে শুকুৰবাৰে জিএমচিইএছৰ আইচিইউত ভৰ্তি কৰোৱা হয় তেওঁক।