ৰাষ্ট্ৰীয়

সেউজ হাইড্ৰ’জেন চালিত বাহনত উঠি সদনলৈ আহিল নিতিন গাডকাৰী, কি ইয়াৰ বিশেষত্ব ?

বুধবাৰে বিকল্প ইন্ধন সেউজ হাইড্ৰ’জেন চালিত বাহনত উঠি সদনলৈ আহিল নিতিন গাডকাৰী।

পানীৰ পৰা প্ৰস্তুত কৰা সেউজ হাইড্ৰ’জেন চালিত বাহন উঠি সদনলৈ আহিল কেন্দ্ৰীয় পথ পৰিবহন গৰাকী।

May be an image of 7 people, people standing, car and outdoors

সেউজ হাইড্ৰ’জেন চালিত বাহনত উঠি সংসদলৈ অহাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে সাংবাদিকৰ আগত তেওঁ উঠি অহা বাহনখনৰ নাম মিৰাই (Mirai) বুলি উল্লেখ কৰে।

May be an image of 1 person, car and road

‘মিৰাই’ৰ অৰ্থ ভবিষ্যত বুলিও উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আত্মনিৰ্ভৰ ভাৰত হোৱাৰ বাবেই পানীৰ পৰা প্ৰস্তুত কৰি উলিওৱা বিকল্প ইন্ধন সেউজ হাইড্ৰ’জেন চালিত বাহন ব্যাৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰে।

এই বাহনে কোনোধৰণৰ পৰিবেশ প্ৰদূষণো নকৰে বুলি প্ৰকাশ কৰে।

May be an image of car and road

গাডকাৰীয়ে লগতে পেট্ৰ’ল-ডিজেলৰ আমদানি হ্ৰাস আৰু নতুন কৰ্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে দেশত সেউজ হাইড্ৰ’জেন প্ৰস্তুত কৰা কাম আৰম্ভ হৈছে বুলি লগতে সদৰী কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *