পয়গম্বৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল বিজেপি বিধায়ক

নিউজ ডেস্ক। তেলেংগানাৰ বিজেপি বিধায়ক টি ৰাজা সিঙক গ্ৰেপ্তাৰ।

পয়গম্বৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত মংগলবাৰে তেওঁ গ্ৰেপ্তাৰ কৰে তেলেংগানা আৰক্ষীয়ে।

G8 1
পয়গম্বৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল বিজেপি বিধায়ক 2

উল্লেখ্য যে বিধায়ক টি ৰাজা সিঙে পয়গম্বৰ মহম্মদক লৈ আপত্তিজনক শব্দ ব্যৱহাৰ কৰি এটা ভিডিঅ’ ইউটিউবত প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতে বিভিন্ন পক্ষই তেওঁৰ বিৰুদ্ধে হায়দৰাবাদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিধায়কজনৰ বিৰুদ্ধে গােচৰাে ৰুজু কৰিছিল।

হাদয়ৰাবাদ আৰক্ষীয়ে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযােগত বিজেপি বিধায়কজনক গ্ৰেপ্তাৰ কৰে।