আন্তঃৰাষ্ট্ৰীয়অসমীয়া

ধ্বংসস্তূপত পৰিণত নেপালৰ তাৰা এয়াৰৰ যাত্ৰীবাহী বিমান…

নিউজ ডেস্ক। দেওবাৰে পুৱা নেপালৰ পােখাৰা চহৰৰ পৰা উৰণৰ পিছতে দুৰ্ঘটনাত পতিত হােৱা তাৰা এয়াৰৰ বিমানৰ ধ্বংসাৱশেষৰ অৱস্থান নিশ্চিত কৰা হৈছে।

উদ্ধাৰকাৰী দলে দুৰ্গম পাহাৰৰ মাজত বিমানখনৰ ধ্বংসাৱশেষ থকা নিশ্চিত কৰিছে।

1 8

উল্লেখ্য যে নেপালৰ মুষ্টাং উপত্যকাৰ চানচৱেৰ থাচাং ২ত পোৱা গৈছে নিৰুদ্দিষ্ট বিমানখনৰ ধ্বংসাৱশেষ।

সােমবাৰে পুৱাৰ পৰাই দেশখনৰ সেনাই পুনৰ আৰম্ভ কৰিছে অভিযান।

G2 16

প্ৰবল তুষাৰপাতৰ বাবে দেওবাৰে আধাতে বন্ধ কৰিব লগা হ’ল উদ্ধাৰ অভিযান।

৪ ভাৰতীয়সহ ২২ যাত্ৰীক জীৱন্তে উদ্ধাৰৰ সম্ভাৱনা ক্ৰমাৎ ক্ষীণ হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *