অসম

পুনৰ বহিঃৰাজ্যত ৰহস্যজনক ভাৱে মৃত্যু অসমৰ যুৱকৰ…

পুনৰ বহিঃৰাজ্যত ৰহস্যজনক ভাৱে মৃত্যু অসমৰ যুৱকৰ।

গুৱাহাটীৰ পৰা কেৰেলালৈ কাম বিচাৰি গৈছিল যুৱক জন।

মৃত যুৱক জনৰ নাম নমল ৰাজবংশী।

ৰাজা আৰু অৰ্জুন নামৰ দুই যুৱকৰ লগত কেৰেলালৈ কাম কৰিবলৈ গৈছিল নমল।

ইয়াৰ পিছতে দুই বন্ধু বিৰুদ্ধে হত্যা অভিযোগৰ পৰিয়ালৰ লোকৰ।

মৃত যুৱক জনৰ ঘৰ আমবাৰী ফটাশিলৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *