অসম

পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত কুখ্যাত গঁড় চিকাৰী জাকিৰ হুছেইন…

পুনৰ অপৰাধীলৈ লক্ষ্য কৰি অসম আৰক্ষীৰ গুলী।

আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ গঁড় চিকাৰী জাকিৰ হুছেইন।

জুৰীয়াৰ পৰা দুদিন পূৰ্বে বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জাকিৰক।

কুখ্যাত গঁড় চিকাৰী নালকুৰ সহযোগী আছিল জাকিৰ।

নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰে জাকিৰক।

লুকুৱাই থোৱা অস্ত্ৰ দেখুৱাবলৈ নিয়াৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল জাকিৰে।

ভৰিত গুলী লগা জাকিৰ হুছেইন সম্প্ৰতি TMCH-ত চিকিৎসাধীন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *