ৰাষ্ট্ৰীয়অসমীয়া

ধনকুবেৰ জ্যেষ্ঠ IAS পূজা সিংঘলক গ্ৰেপ্তাৰ ED ৰ

নিউজ ডেস্ক। অৱশেষত গ্ৰেপ্তাৰ হ’ল জ্যেষ্ঠ আইএএছ বিষয়া পূজা সিংঘল।

দীঘলীয়া জেৰাৰ অন্তত ইডিয়ে গ্ৰেপ্তাৰ কৰে ধনকুবেৰ আইএএছ বিষয়াগৰাকীক।

উল্লেখ্য যে বুধবাৰে পূজা সিংঘলক ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচী স্থিত ইডি কাৰ্যালয়ত জেৰা চলাইছিল ইডিৰ তদন্তকাৰী বিষয়াসকলে।

p1 6

প্ৰায় ৯ ঘন্টা ধৰি চলা জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰে ইডিয়ে।

উল্লেখ্য যে IAS বিষয়া পূজা সিংঘলৰ বাসগৃহত অভিযান চলাই EDয়ে বিপুল পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছিল।

2

ইয়াৰ উপৰি বিষয়াগৰাকীৰ নামী-বেনামী সম্পত্তিৰ দীঘলীয়া তালিকা লাভ কৰিছিল অভিযানকাৰী ইডিৰ বিষয়াসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *