ৰাষ্ট্ৰীয়

কৰ’ণাত আক্ৰান্ত ইজনৰ পিছত সিজন বলিউডৰ তাৰকা! শ্বাহৰুখ, অক্ষয়, কেটৰিনা ক’ভিড পজিটিভ…

দেশত পুনৰ ভয়াৱহ ভাৱে বৃদ্ধি হ’বলৈ ধৰিছে কৰ’ণাৰ সংক্ৰমণ।

কৰ’ণাত আক্ৰান্ত ইজনৰ পিছত সিজন বলিউডৰ তাৰকা।

শেহতীয়াভাৱে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।

উল্লেখ্য যে, বিগত কিছুদিনত বলিউডৰ কেইবাজনো অভিনেতা আক্ৰান্ত হৈছে ক’ভিডত।

মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফৰ দেহতো ধৰা পৰিছে ক’ৰণাৰ অৱস্থিতি।

যোৱা মাহত অক্ষয় কুমাৰৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছিল।

ইপিনে শনিবাৰে কাৰ্তিক আৰিয়ান আৰু আদিত্য ৰায় কাপুৰৰ দেহত Covid-19 পজিটিভ পোৱা গৈছিল।

অৱশ্যে অভিনেতা শ্বাহৰুখ খান বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *