কাইলৈ দেশজুৰি কৰ্তন হ’ব বিদ্যুত…

কাইলৈ দেশজুৰি বিদ্যুত কৰ্তন হোৱাৰ আশংকা।

কাইলৈৰ দিনটোত হয়তো আপুনি নেদেখিব পাৰে বিদ্যুতৰ মুখ।

কিয়নো কাইলৈ দেশৰ ১৫ লাখ বিদ্যুত কৰ্মচাৰীয়ে দেশজুৰি সাব্যস্ত কৰিব প্ৰতিবাদ।

চৰকাৰে সংসদত উত্থাপন কৰিব ওলোৱা বিদ্যুৎ সংশোধনী বিধেয়ক ২০২১ বিৰোধিতাৰে সাব্যস্ত কৰিব প্ৰতিবাদ।

এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব অল ইণ্ডিয়া পাৱাৰ ইঞ্জিনিয়াৰ ফেডাৰেশ্যনে।

কাইলৈ সকলো বিদ্যুৎ অভিযন্তা আৰু কৰ্মচাৰীয়ে বৰ্জন কৰিব কাম।

১০ আগষ্টত কাম বৰ্জন কৰাৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় শক্তি কৰ্মচাৰী আৰু অভিযন্তা সমিতিৰ।

Leave a Comment