ৰাষ্ট্ৰীয়

ইতিহাস সৃষ্টি কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা হকী দলৰ…

অলিম্পিকৰ পৰা দেশবাসীলৈ পুৱাই আহিল এক ভাল খবৰ।

ইতিহাস সৃষ্টি কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা হকী দলৰ।

অষ্ট্ৰেলিয়া মহিলা হকী দলক হৰুৱাই ভাৰতীয় মহিলা হকী দলে স্থান লাভ কৰিছে ছেমি ফাইনেলত।

১-০ব্যৱধানত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে।

উল্লেখ্য যে, ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলা হকী দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

ৰাণী ৰামপালৰ অধিনায়কত্বত ইতিহাস ৰচিলে দলটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *